20
Mar
2019

লখিমপুৰঃ ৰঙানদী আৰু ডিক্ৰং নৈৰ মাথাউৰি অতি শীঘ্ৰে মেৰামতি আৰু পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP) লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত উত্তৰ লক্ষীমপুৰ জলসম্পদ সংমণ্ডল কাৰ্য্যবাহী অভিযন্তাৰ কায্যালয়ৰ সম্মুখত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে৷
চৰকাৰ বিৰোধী বিভিন্ন ধৰণৰ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷