11
Apr
2019

লখিমপুৰঃ ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত ভোট দান প্ৰক্ৰিয়া আৰম্ভ।
পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহত লানি নিছিগা ভিৰ পৰিলক্ষিত হয়।
এই দৃশ্য লখিমপুৰ জিলাৰ কদম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ।
সকলো ৰাইজে নিজৰ নিজৰ বহুমূলীয়া ভোট দান কৰিবৰ বাবে পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহত আহি উপস্থিত হয়৷ লগতে ভোটকেন্দ্ৰত ভোট দান কৰি নিজৰ কৰ্তব্য পালন কৰে৷
বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে।