09
Aug
2018

newsnextone.com | ডিজিটেল ডেস্কঃ কেৰেলাৰ ইদুক্কি জিলাত বান আৰু তীব্ৰ ভূমিস্খলন হোৱাৰ হোৱাৰ খবৰ আহিছে। কেৰেলাত নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনত ২০গৰাকী লোকৰ মৃত্যু হৈছে।
বিগত কিছুদিন ধৰি বৰষুণ হোৱাৰ ফলত বহু ঠাইত ভূমিস্খলন হোৱাৰ বাবে পথ বন্ধ হৈ পৰাত যাতায়ত ৰুদ্ধ হৈ পৰাৰ খবৰ আহিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাজ্য খনৰ ইদুক্কি জিলা খনৰ লগতে বিভিন্ন ঠাইত ভূমিস্খলন হোৱাত দীৰ্ঘ এলেকা খহি পৰাত ২০ গৰাকী লোকৰ মৃত্যু হৈছে।