23
Jul
2017

• গোলাঘাটৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত মৃতদেহ উদ্ধাৰ।
• নামবৰ বনাঞ্চলত উদ্ধাৰ মৃতদেহটো।
• প্লাষ্টিকৰ বস্তাত বন্ধা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।
• এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই মৃতদেহটো।
• গাড়ী চুৰি চক্ৰই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।