
♦ ৰেলেৰে কোকৰাঝাৰত পদাৰ্পণ তৰুণ গগৈৰ।
♦ ৰাজধানী এক্সপ্ৰেছ যোগে ৰকিবুল হুছেইনৰ সৈতে উপস্থিত গগৈ।
♦ প্লেটফৰ্মৰ পৰা পোনে পোনে লাফিকুলৰ বাসগৃহলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী।
♦ গগৈক সংগ দিছে ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ, ৰেকিবুদ্দিন আহমেদ।
♦ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
♦ চিবিআই বা নিয়াৰ দ্বাৰা তদন্তৰ দাবী গগৈৰ।
♦ লাফিকুলৰ হত্যা সাধাৰণ হত্যা নহয় বুলি দাবী।
♦ সকলোকে তদন্তলৈ আওতালৈ আনিবলৈ আহ্বান।
♦ জিলা আৰক্ষী অধীক্ষকক বদলিৰ পক্ষত তৰুণ গগৈ।
♦ লাফিকুলৰ বাসগৃহৰ পৰা ওলাই আহত শুভংকৰ ঘৰত উপস্থিত।
♦ শয্যাশয়ী শুভংকৰক দেখি হতবাক প্ৰাক্তন মুখ্যমন্ত্ৰী।
♦ সম্পূৰ্ণ সুস্থ নোহোৱাকৈ জিএমচিয়ে ৰিলিজ দিয়াক লৈ আশ্চৰ্য প্ৰকাশ।
♦ চৰকাৰে নিদিলে গগৈয়ে বহন কৰিব শুভংকৰৰ চিকিৎসা ব্যায়।
♦ জিলা কংগ্ৰেছ কাৰ্যালয়তো দলীয় কৰ্মীৰ সৈতে আলোচনা তৰুণ গগৈৰ।
• inputs from NNO Kokrajhar •